পৃষ্ঠা:অশ্বকৰ্ণ বধ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহা মনোহৰ দশত মাহত সজাইলেক ইটো থান। কোটি সহস্ৰেক বৃষভত চড়ি অশ্বকৰ্ণ বধ ৰাজাই ধৰে যোগান॥ ৬৯ আমাক স্নেহত বাদ্য ভাণ্ড ৰোলে আতি। আঙ্গুলি চুম্বন মহামায়া দেৱী ঘৰ বাৰী কৰি লগত দেৱী পাৰ্বতী॥ এহি ভাৱে পিতৃ অনন্ত প্ৰভুক কতো বেলি থাকি পাৰিষদ সমে এহিমতে কতো আছন্ত গোসাই সৰ্বকালে যুবা নাহি আন সম বৰি॥ ৭০ সখী বোলে ৰঙ্গে কৰি। মোৰ নিজ প্ৰাণ তাঙ্ক পূজি ৰঙ্গ মন। বহুত সম্ভাৰে কৰন্ত পাছে গমন॥ দেৱ ত্ৰিপুৰাৰি কাল বহি গৈল সহস্ৰ বিংশ বৎসৰ। হুয়া থাকিবেক মোহোক দিলন্ত বৰ॥ ৭১ হেমাৰ দ্বাৰা অশ্বকৰ্ণৰ বিৱৰণ কখন পদ বৈশস্পায়ন বদতি শুনা জন্মেজয়। হেমা কন্যা উশীনৰ কথাক কহয়॥ হেন শুনি ধনঞ্জয় বুলিলা বচন। আৰ পাচকথা কহো শুনাহা কাৰণ॥৭২ ৪৩