পৃষ্ঠা:অশৌচ-তত্ব সংগ্ৰহ.djvu/৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ক্ষেমাস্পদ শ্ৰীযুত রত্নেশ্বর শৰ্মা বর ঠাকুর মঙ্গলালয্যে। প্ৰসন। তুমি দেশর ও ধর্মব কিঞ্চিৎ অভাব লাঘব করিবলৈ উদ্যত হোৱা দেখি বব সুখী হলো । এই কারণেই তোমাক অসংখ্য ধ্যবাদ নিদি থাকিব নোৱাবি। আশ। কবো তোমাৰ অভীষ্ট অচিবে জগৎ-কৰ্তাই সফল কৰক। সম্প্রতি যেনে অবস্থা হইছে, এনে সময়ত এনেকুৱা পুথি প্রচাব ন বরিলে হিন্দু র কৰ্ত্তব্য। মূবেই মাৰিব যেন অনুমান হয়। যদিবাও বঙ্গদেশব বৃক্তবিদ্যা অনেক মগাত্মাই এনেকু ব৷ অলক পুথি প্রচাব কৰি দেশব মহোপ বাৰ সাধিছে, তথাপিও অসমীযা ই তাতে কানসাব মাৰি উদাসীন হাল নহয় । কাবণ বাঙ্গাল । জানা অসমীয়াৰ সংখ্যা নিচেই কম । গাবৰ ভিতরত প্রায় মানুহেই বাঙ্গালা ভাষা বুজিব নোৱাৰি ব্যবস্থাক ক্ৰম আদিব নাম। fবক তার্থ কবে। এই বাবেই কও যে, অসমীয়া ভাষাবে এনে পুথি করিবলৈ অলপ অধিকাৰ থকা মানুহেও আগহঁবব মঙ্গলপ কাম । ইপিনে ভাষাব উন্নতি ‘সমগ পিান হিন্দুৰ কৰ্ত্তব্য চৰ্চা ইয়'ৰ সমান মৎকাম আক কি জোছে ? ইতি শব ১৮২ ১২৮ ভাদ্র । অকীৰ্ত্তিচন্দ্র ভট্টাচার্য্য গোস্বামী যোবহাট। isখুঁত রত্নেশ্বর শর্মা বরঠাকুর মহাশয় । আপোনাব কৃত অশোচ-তত্ব সংগ্রহ পৃথিখনী পাই আদ্যো পাহি পরম সন্তোষ পালো । আক আশা করে যেন বিষ্যতে লৈকো এনেকুৱা কাৰ্য্যত উৎসাহিত থাকে। জারু বিশেষকৈ আশা যেন এই পুথিখনী অনেকব উপকার যোগ্য হব। ইতি শক ১৮২১৷১৪ কাৰ্ত্তিক। আপোনার এডওীধর দেবশষুণঃ। যোরহাট ।