সমললৈ যাওক

পৃষ্ঠা:অশৌচ-তত্ব সংগ্ৰহ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

অশৌচ-উত্ব সংগ্রহ। প্রমাণ যথা বিদেশমৃতজ্ঞতিত্রিরাত্ৰাৎ বিদেশমৃতপিতৃমাতৃভণ্ডু ত্রিরাত্রং গুৰু। অন্য বিলাকত হলে তিন দিন করিব লগা অশৌচ দুটা মিহলি হলে আগটো অশোচর শেষতে পাছরটো অশৌচো যাব। প্রমাণ যথাতুল্যত্রিরাত্রয়ােস্ত্র সন্নিপাতে পূৰ্ব্বেণৈব শুদ্ধি। লরা চোৱালী এহাল বঁছা হই উপজিলে মাকর অশৌচ এমাহলৈ থাকিব। দুইনি চোৱালী জা হই উপজিলেও মাকর অশৌচ এক মাহলৈ থাকিব। দুটা লৰা যুঁজা হই উপজিলে আকর অশৌচ ২০ দিনলৈ থাকিব। অন্য বিলাকর হলে সৰ্ব্বসাধারণ নিয়মিত অশৌচ হে হব। এহাল লরা চোৱালী যুঁজা হই উপজি যদি অশোচর ভিতর ত চোৱালী জনী মরে, তেনে হলে মাকর অশৌচ তেতিয়াই যাব। কারণ চোৱালী ওপজা অশৌচ মকর সম্বন্ধে লরা ওপজা অশৌচতকৈ গুৰু। চোৱালী জনী নমরি লরাটো মরিলে হলে মাকর অশৌচ সেই ওপজা অশৌচর শেষত হে যাব। বাপেককে আদি করি সাতপুৰুষিয়া বংশ বিলাক হলে আগবরি ওপজাটো মরিলেহে তেতিয়াই অশৌচ য.ব। পাছে ওপজাটো মরিলে হবে নেয়। দুজনী চোৱালী বা দুটা লরা যদি যা হই ওপজে, আৰু তার ভিতরয়ে আগেয়ে জন্ম হােৱাটো যদি অশৌচর ভিততে মরে, তেনে হলে মাককে আদি করি সকলােরে ওপজা আৰু মরা