সমললৈ যাওক

পৃষ্ঠা:অশৌচ-তত্ব সংগ্ৰহ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

অশৌচ-তত্ব সংগ্রহ। তেনে হলে সেই মরা অশৌচর শেষতে ওপজা অশৌচ খাব। কারণ মরা অশৌচ ওপজা অশৌচ তকৈ গুৰু। প্রমাণ যথা উৎসর্গিকসমসংখ্যদিবসীয়জননমৰণশৌচয়ােঃসমিপাতে মরণাশৌচকালেন শুদ্ধি। অন্য বিলাকত হলে, সবহ দিন করিব লগা অশোচর ভিতরত তাকব দিন কৰিব লগা অশৌচ লগ লাগিলে, সরহ দিন করিব লগা অশৌচর শেষতে ইটো অশৌচো যাব। প্রমাণ যথাতদন্যকালয়ােস্তু দীর্ঘকালাশৌচকালেন শুদ্ধিঃ। মতলব উপজিলে মাকর অশৌচ ২০ দিনলৈ থাকে, কিন্তু তার ভিতৰত যদি কেনেবাকৈ গিরিয়েক মরে, তেনে হলে সেই লরা ওপজা অশৌচর শেষত হে গিৰিয়েক মরা অশৌচ যাব। কারণ লরা ওপজা অশৌচ ২০ দিনিয়া, কিন্তু গিরিয়েক মরা অশৌচ ১০ দিনিয়া মাথােন। চোৱালী উপজিলেও এই দরেই হব। প্রমাণ যথা ততশ্চ পুত্রবত্যা বিংশতিরাত্ৰাশৌচান্তদিনে পত্যুৰ্ম্মরণে বহুকালিনাশৌচকালেন শুদ্ধিঃ।। কিন্তু শূদ্রর হলে এই নিয়ম নাখাটে। গিৰিয়েক মরা অশৌচর শেষত হে লরা ওপজা অশৌচ যাব। কারণ শুদ্রর মরা আৰু ওপজা দুইটা অশৌচ সমান দিনিয়া। ওপৰত কই অহা হইছে যে সাত পুৰুষৰ ভিতৰত যদি কোনাে অশৌচ হয়, অাৰু সেই অশোচর শেষৰ দিনা যদি আৰু এটা