অশৌচ-তত্ব সংগ্রহ। ওপবত কোব বিলাক ঘটনাব বাহিরে অন কোনো ঘটনা। হই, অর্থাৎ দ কুঠাব আদি অস্তু, গছপবা, ঘর ভাগি পব, ইত্যাদি কাবণত ৭ দিনর ভিতরত মরিলেও তিন দিন হে অশৌচ হব। ৭ দিনৰ বাহিৰে মবিলেহে পূনা অশৌচ হব। যি মানুহে জুই, পাণীএনেকৱ বিলাকত আপোন ঘাটী হই মান বুলি মবে, সেই মানুহক খরিও দিব নাপাই, অশৌচ কবির। নালাগে । । প্রমাণ য — ব্যাপাদয়েদথা স্নানং স্বয়ং যোহগ্ন,দকদিভিঃ । বিহিতং তস্য নাশৌচং নাগ্লিনাপুদকাদিকং ॥ ইতি কুস্পুবাণে । যি মানুহক মহবাঘ, সাপ, ইত্যদি অস্থ বিলাকক জোকাই লোৱাত সেই বিলাকে খং উঠি মাৰে, যি মানুহৰ চুর কব' দকাদিয়া ইত্যাদি দোষত রজার দ্বাবাই প্রাণদণ্ড হয়, যি মানুহে পবর স্ত্রী সঙ্গম করেতে কবোতে মরে, যি মানুহে চাণ্ডালকে আদি কবি এনেকুৱা বেয়া জাতব লগত কাজিন্না করি মরামরি কবি। মরে, যি মানুহে জুই, পানি ইত্যাদিত মৱো বুলি মরে, যি মানুহক ব্ৰাহ্মণে কোবাই মারে বা ব্রাহ্মণর শাপত মরে, এনেকুৱা বিলাককে পতিত বোলে। এনেকৈ মবা বিলাকব ঘাই, শ্ৰাদ্ধ, অশোঁচ একো নাই। প্রমাণ যথা ‘সিদংষ্টি নখিব্যালবিষবহুিঞ্জিয়া ললৈs আদৱাৎ পরিহর্তব্যঃ কুর্কন ক্রীড়া স্বতন্তু যঃ,
পৃষ্ঠা:অশৌচ-তত্ব সংগ্ৰহ.djvu/২৪
অৱয়ব