৭৮ বাপব মৰণ কহিলা দাৰুণী মাৱে। হৃদয় বিকল শৱ সতকাব দাৰুণ বচন ঘাৱে॥ ২৫৩০ এক দণ্ড যেন দিলোহে৷ দান দক্ষিণা। আসি ভৈলো বন তোমাৰ চৰণ বিনা॥ বোলে৷ প্ৰভু কাজ আপাত মধুৰ দেখিয়া এবাইলো শোক। সউৰা বৃক্ষক স্বাদত পাচে কাঞ্জি। তোমাক নৈবাশ অনুগ্ৰহ কবা মোক॥ ২৫৩১ হেনৰ কৈকেয়ী উত্তম বট উভাঞ্জি॥ ভৈল আতি মোৰ ইটে৷ বনাশ্ৰম কবিয়া হবিষ যুগ যাই মোৰ শাস্ত্ৰৰ বিধানে তযু বন-বাস কৰিলো বাপৰ দিয়াই ৰাজ্য লৈলা নাগি। ৰাজ্যক চলিয়ে৷ আসি লৈয়ো বাজ বাপৰ মৰণ তোমাক নিবাক লাগি॥ ২৫৩২ অলপ জলত তোমাৰ চৰণ কইল মোব মাৱে কাৰ্য্যক আমি গঞ্জাইবো। শোক কালমেঘ শুনিয়া প্ৰচুৰ ৰামায়ণ কৰি বন বাস বনে ফলমূল খাইবো॥ মাৱ আছে আসি কনিষ্ঠৰ নোহে ৰাজ। তোমাৰ নিয়ম ৰাঘৱৰ পোৰে গাৱে। বহুৱে সূৰ্য্য-প্ৰভাৱে॥ পিতৃৰ অঞ্জলি কাজ॥ ২৫৩৩ জ্যেষ্ঠ বিমানে চৈধ্যয় বৰিষ আপুনি কৰিয়ো মুখ যেন ভৈল শশী। মৎস্য যেন মত শুনিয়া বচন ভৈল যেন আতি নদীৰ তীৰত পৰিলন্ত ৰাম খসি॥ ২৫৩৪ কৰত সন্তাপ দশৰথ মহীপাল। জানিলোহো নিষ্ঠে পাপে তল গৈলো তোমাৰ কৰিলে৷ কাল॥ বাপ গৈলা কহি পৃথিবীৰ মহাভাৰ। ধন্য ধন্য তবু নিজ কান্ধে বহি ধন্য শত্ৰুঘন বীব। নকবিলে৷ সঙস্কাৰ॥ ২৫৩৫ শুন শুন সতী দুখে দহে মোক হা হা বৃদ্ধ বাপ আমিসে পাপিষ্ঠে বৃক্ষ যেন মত ৰামৰ চৰিত্ৰ জ্যেষ্ঠ পুত্ৰ ভৈলে৷ পিতৃৰ সিটে৷ শৰীব॥ শুনা ধৰ্ম্ম শিৰোমণি ৰাম গুণ গান নিজ কান্ধে বহি বিধি কৈল এত দূৰ। এহি মুখ্য কাম মৰিলা তযু শ্বশুৰ॥ ২৫৩৬ প্ৰাণেশ্বৰী সীতা ইসে ভকতৰ ধন॥ দহিল আপুনি পাড়ি পুত্ৰ শোকে তনয় ভৰত সামাজিক জন। সকলে৷ শাস্ত্ৰৰ সাৰ। ৰামৰ পিতৃ তৰ্পণ। পদ। পৰম অমৃত মুক্তি বিত্ত মূল সংসাৰ তৰণী বোলা ৰাম ৰাম গুছোক দুখ নিকাৰ॥ ২৫৩৭ সীতা দীৰ্ঘৰাৱে কান্দি বোলন্ত শশুৰ। তোমাৰ বিনাশ শুনি ভৈলো মসিমূৰ॥ বাপে নিজ জীউ যেন পালিলেক মোক। কাক দেখি পাশৰিবে৷ নেহৰিব শোক॥ ২৫৩৮
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮৬
অৱয়ব