বাৰে ঢাক ঢোল যেহেন মেঘে গৰ্জ্জয়। চমক মনত নিৰ্ঘাত যেন পৰয়॥ এহিমতে চলি পথ শ্ৰম যত পাইল পাচে গঙ্গাতীৰ। ভৰতে বোলন্ত সুৰ নদী জলে পান কৰি গঙ্গানীৰ॥ ২৩৮৪ ভৰতৰ বাণী সবে প্ৰজা এহি থান। কটক অপাৰ কৰোহে৷ অঞ্জলি দান॥ অনন্তৰে শৃঙ্গ- শিৰোগত কৰি লৈল। মুখ্য মুখ্য পাত্ৰ দশো দিশে পৰ দেখিলন্ত গুহ ৰাজ গৈয়া নিৰন্তবে পক্ষী পৰিবাৰো গিৰি গহ্বৰত সবে আপোনাৰ থানে থানে থিত ভৈল॥ ২৩৮৫ ৱেৰ অধিপতি সমুদ্ৰ যেন অপাৰ। দিশক ব্যাপিল এৰাইল সমস্ত সম্প্ৰতি ৰহোক শব্দৰ ৰোল ইক্ষাকু বংশৰ আমি কৌতূহলে মিলিল দেখে৷ অকাজ॥ ইটে ধ্বজ দণ্ড নিৰন্তৰে প্ৰজা আনহেতু নাই অযোধ্যাকাণ্ড ধূলায়ে ভৈল আন্ধাৰ॥ ২৩৮৬ গণক বোলন্ত মোৰ অন্তৰ্গতে ভয়। দলে বেঢ়িলেক নাহিকয় থল নাহিকে তাত সংশয়॥ অকাৰ্য্য মিলিল সেনা নিৰন্তব জানিলোহে৷ স্বৰূপত। পতাকা দেখিয়া ৰামক মাৰিতে আসিলা সাজি ভৰত॥ ২৩৮৭ কৈকেয়ী মাৱৰ বাপেকৰ হাতে কৰিলা ৰাজ্য নৈৰাশ। ৰাজ্য ভাৰ লৈয়া দিয়াইলেক বন বাস॥ হৃদয়ত যত সবাকে হানিয়া মোৰ প্ৰভু ৰাম তথাপিতো ক্ষমা নাই। ধিক ধিক মোৰ মৰিবো সেণ্ঠৰে এৰাইয়া আজি নযাই॥ ২৩৮৮ তেবে মোৰ মহাভাগ। হস্তী ঘোড়া যত ভৰতত সবে সাৰো। ৰামসে মোহোৰ মোহোৰ ইটো অযোগ॥ যত সেনা বল মই ভৃত্য ৰাঘৱৰ। হাতে ৰাঘবৰ পদাতি সমস্ত মুণ্ডে মুণ্ডে হানি মাৰো॥ ২৩৮৯ নিজ অধিকাৰা ইটো পবদল কপটে ৰামক আতি আড়ম্বৰে যেন কৰিবোহো বনবাস দিয়া আছে বনমাজে ভৰতে আগত সজায়ো মোৰ সত্বৰ॥ বীৰ সৈন্য মাৰি জীৱন নিস্ফল আছে গুল গুলি আউৰ কিবা চাৱ লগাইবোহে৷ হৃদিকম্প। নকৰিবা দৈন্য মোহোৰ বল বিক্ৰম। চতুৰঙ্গ দল সেনাৰ সকলে গৰুড়ে সাগৰে ঝাম্প॥ ২৩৯০ চাহিয়া দেখোক শোণিতে কৰো কদম॥ হৃদয় বিদাৰি কোটি সংখ্যা নাৱ সজায়ো জাণ্টে আমাব। যেন পৰ সৈন্য গঙ্গাত নুহিকে পাৰ॥ ২৩৯১
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭৫
অৱয়ব