48 পাত্ৰ পুৰোহিত মিলি আলোচিলা কাজ। অৰাজকে নিৰন্তবে ছন্ন হৈবে বাজ॥ ২২১০ সবে হন্তে বুলিলন্ত বশিষ্ঠক চাই। বাজ্য ছন্ন হৈবেক নৃপতি কেহো নাই॥ দশৰথ চক্ৰবৰ্ত্তী ভৈলন্ত বিনাশ। ৰাম লক্ষ্মণেও এৰি গৈলা বনবাস॥ ২২১১ পৰদাৰা হবণ কৰিব মহাপাপ। পুত্ৰ হুয়া নমানিব আপোনাব বাপ॥ নাবীগণ স্বামীত হৈবেক অবিনীত। অনিয়মে সবে দোষ হৈবে উপস্থিত॥ ২২১২ মাতুলৰ ঘৰত ভবত শত্ৰুঘন। সত্ববে আনায়ে৷ যেবে বাজ্য নোহে ছন॥ অবাজকে দুষ্ট খলে আসঙ্গক পাইব। অনেক দুৰ্জ্জন চোৰ মছল উঠাইব॥ ২২১৩ ৰাজায়ো আছন্তে মোত পুছিলন্ত কাজ। সত্ববে চিন্তিয়ো যেবে ছন্ন নোহে ৰাজ॥ শুনিয়ে৷ সমাজে ইটো ৰামৰ চৰিত। ৰাম ৰাম বুলি সুখে তৰিয়ো কলিত॥ ২২১৪ দূত পঠাই ভৰতক আনয়ন। তুলৰী। হেন শুনি পাছে বশিষ্ঠে বুলিলা বাণী। কহিল| হুমন্ত্ৰ নিজ কুল গুৰু শুনি মন্ত্ৰীবৰ দূত মিলায়োক আনি॥ পৰম চতুৰ মন্ত্ৰী জাণ্টে কৰি আজ্ঞা বশিষ্ঠৰ মাথাত লৈয়া সাদৰি। ৰামায়ণ দূতগণ মন্ত্ৰী মিলাইলন্ত শীঘ্ৰ কৰি॥ ২২১৫ বশিষ্ঠ দূতক বিলম্বক পৰিহৰি। আমাৰ বচনে চল৷ ৰাতি' দিন কৰি॥ কেকয় বাজাৰ মোৰ বাক্য ধৰি হোৱে আতি বহুদূৰ। এথাৰ বৃত্তান্ত যথা গিৰিবজ্ৰপুৰ॥ ২২১৬ ভৰতক নকহিয়া। ৰাজাৰ আদেশ বশিষ্ঠৰ বাণী নাহি অন্ন পান আনিয়ো এথা লাগিয়া॥ যেবে দূতগণ লৰিলা চৰি ৰথত। ভৰতে তথাত বুলিলন্ত বাণী তুমি সব শীঘ্ৰে ৰাজ্য এথা হন্তে নাই সুস্থ মন যাহন্তে ভৈলা পথত॥ ২২১৭ শ্ৰীহানি দেখি শীঘ্ৰ বেগে প্ৰবেশিলা চলা শীঘ্ৰ কৰি হাত জোৰ কৰি সপোন বৰ দেখিলা॥ কথা তুমি সবে মিত্ৰ সকলত বুলি জান্ত কৰি ভৈল ভৰতৰ মুখ। এহিসে কাৰণে বিকল কৰয় মন। শৰীৰ দহয় সাত দিন মাত্ৰ দেখিয়া তান অবস্থা। কি কহিবে৷ আৰ মনত বৰ অসুখ॥ ২২১৮ যত সপোনৰ কথা॥ শুনি দূতগণ গিৰিবজ্ৰপুৰে । অনিষ্ট সূচক মলিন বদন পুছিলন্ত পাছে কথা শুনি বিমৰিষ। মিত্ৰ সকলৰ কহিলা ভৰত জানিবাহ৷ মোৰ শুকাই মুখ সঘন॥ ২২১৯ হৃদয় কম্পয় তোমৰা সবৰ
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৬২
অৱয়ব