( 31 ) ১ম গৰখীয়া—হেৰ তাও কৰিলে হবলা; চাচোন! ইয়াক খুন্দি তেনেই নাকে কাণে তেজ ওলাইছে। তেজ ওলাইছেছে ২য় গৰখীয়া—এঃ! তোৰ চকু তালৈকেহে গৈছে। মূৰত সেই ধোন্দটো যে দেখাই নাই। চাচোন, তেজেৰে ঠাই- খন ৰঙ্গাহৈ গল। ৪ৰ্থ গৰখীয়া—হেৰ! ডুবৰি আৰু আৰৈ চাউল চোবাই লগাই দে; এতিয়াই তেজ ৰব। ৫ম লৰা—তহঁতৰ কপালত চকু নাই। টোৰ মূৰটো যে তেনেই দুফাল হৈ আছে! গামোচাৰে শকতকৈ বান্ধ এটাকে দিওঁ। হেৰ! এই- বেগাই আহ। ৩য় গৰখীয়া—হেব! কিন্তু ইয়াত কেহটালি কৰা কিন্তু ভাল হোৱা নাই। কোনোবা কেনিবাৰপৰা কিন্তু ওলাবহি পাৰে। টাঙ্গোন ধৰাজন কিন্তু পালেহি যে কিন্তু এক কোবে কিন্তু এটাইকে • সামৰিব। ৪ৰ্থ লৰা—এঃ! আমি তালৈকে ৰণ কৰিবলৈ আহিছে। জানো? · বোলো মানুহ কেজন আধামৰা হৈ আছে; লালিলে পালিলে জীয়েবা। ৩য় গৰখীয়া—তেওঁ কিন্তু তাকেহে সুধিবহি। পলালে কিন্তু পাচে পাচে কিন্তু আগেয়ে কিন্তু দেখা নাই তেনেকৈ কৈছ। যেদিও মাৰে। তেৰা ভকতক কিন্তু হবলা? সেইহে কিন্তু তই কিন্তু
পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৯১
অৱয়ব