পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অভিমন্যৰ্ধ ন৷টক ৷

প্ৰথম অঙ্ক ।


প্ৰথম গৰ্ভাঙ্ক ৷ ফুলনি-- অপ্সৰীগণ । খাম্বাজ মিশ্ৰ-একতালা ।

কুঞ্জে কুঞ্জে নাচোঁ ৰঙ্গে যতেক ৰগিনী, আঁহীহে সঙ্গিনী । মুকুতা ধাৰে, কুসুম হাৰে, সাজাহে সঙ্গিনী, প্ৰেম বিৰহিনী, আহীহে ৰঙ্গিনী, যতেক সঙ্গিনী । প্রকৃতি কুসুম বাউ, কুলিয়ে মাতিছে কুউ, ধীৰ মলয়া বয়, আকুল কৰে হৃদয়, ফুলৰ বাস, ফুলৰ লাস, ফুলৰ সঙ্গিনী, প্ৰেম বিৰহিনী, আইহে ৰঙ্গিনী, যতেক সঙ্গিনী ।