পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৯)

যুঁজ বীৰ আপোঁনীৰ ফৈদত অনেক আঁছৈ | ‘আঁদীনমহিযি | হলৈই অস ।বীৰে আগোনাৰ হকে প্রাণ উচগিবলৈ লীজ্জু আছে৷ _ $ হুৰ্ট্েধিন-_( 1 দ্ৰোণৰ হাতত ধৰি ] গুৰুদেৱ ! আজি মই স্রকলৈৰে আঁগত আগৈনিকি সেনাপতি পদত বৰণ ’কৰিলে| মোৰ “ধন, মাঁন লাজ, ভয়, ৰাজত, সৈন্যসামন্ত সকলৌকে জাঁপোনাত অৰ্পণ কৰিলে| । ণ দ্ৰোণ--মহাৰাজ আপুনি চিন্ত| নকৰিব। মই আজি: । য়েই পাঁচ পাগুৱক ধৰিদি আপোনাৰ মনোবাঞ্ছা পূৰ্ণ ক্ৰিম। | এতিয়া বলক, যুদ্ধৰ আয়োজন কৰোঁহঁক । | শকুনি--এৰা, এতিয়াহে ৷ আজি বাৰু গঙ্গটোপৰ পেট ফুটে নে সুকুটে চাম । ৰাম-টাঙ্নি জোকাৰি ভাংকোঁপ মাৰি ফুৰাঞ্জনৰ ধুন দেখ| যাব । জশ্বৰে কৰিলে এই হাতেৰে তেওঁৰ’ ডিঞ্কিত শিকলি লগাবলৈ পাম ৷ গদাপাট- দেখুৱাই _ বাকে তাকে ভগ্ন খুওৱাৰ মূৰ মৰিব পায় দেখে।। | লসৈন্তগণ জয় কুৰুপতিৰ জয় ! জয় মহাৰাজ ইৰ ধৰ্মৰ জঁয়’! জয় গুৰু ফ্ৰোণৰ জয়!


অইং= একতালি৷ ৰ সমুখ ৱণত হোৱ| শাৰী” শাৰী | '_ লো অস্ত ভুলি, যাৰে ভাগে যেনে; বধাঁহে পাণ্ডৱ’ আজি দিমে'ৰণে ॥