পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(| )৷

শকুনি--শোক পালে বুলি কোনবাই কাৰবাক' ধনু, মান এৰি দিব, পাৰেনে 1; হায়! হায়! ইয়|লৈকে তুমি ক্ষত্ৰিয় কুলত জন্ম, লৈছিল| ? চিঃ! .ই.সামান্য লাজৰ কথা নহয় , _,, কৰ্ণ--বাস্তবীক, এই লাজ ৰাখিবলৈ পৃথিবীত ঠাই নহব ৷ গোঢেই জগত জুৰি কলঙ্ক থাকিব ৷, | “দুৰ্য়্যোধন--মাম| 1 এতিয়ন্নুনে| কাক- সেনাপতি কৰা ঢ ? কোনে পাণ্ডৱক ধৰি দি মোৰ হিয়াৰ শাল উভালিব ? শকুনি--মোৰ মনেৰে গুৰু দ্ৰোণকে্‌ সেনাপতি, পাত৷” ভাল্।। , কিয়নে| তেওঁ পাণ্ডৱৰ অস্ত্ৰ-গুৰু | পাণ্ডৱে কেতিয়াও - তেওঁক, পৰাস্ত, কৰিব নোৱাৰে ; সিহঁত ্ল্চ্চ ল্্ৰোণ্ৰ হাতত; ম্ৰ্বৱি ৷. ।, } কৰ্ণম_-আঅতি লজ “প্রস্তাব ৷ হু নিশ্চয় বহু বিবেচনাৰ ফল ৷ | দ্ৰোণ্াচাৰ্ধ্য আপোনাৰ অন্নেৰে প্রতিপালিত, গতিকে তেওঁ” প্ৰাণপণে আপোনাৰ হিত চেণ্ট| কৰিব; পাণ্ডৱ দ্ৰোণৰ শি=_ } এতেকে পাণ্ডৱৰ প্ৰাজয় ধুৰুপ ৷ এতিয়া যোৱা যাওক ৷; গহৰি কৰাৰ সকাম নাই | সোনকালে দ্ৰোণক সেনাপতি পদত বৰণ, কৰোগৈহঁক ৷ নখ ৬; শক্ুুনি--[স্বগ্তঃ] বি ভীষ্মই পৰজ্তৰামক পৰাস্ত কৰিছিল, !

বাৰ, নামত স্ৰাস্বৰ, যক্ষ-ৰহ্ষ, গঙ্ধর্বব আদি, কম্পমান, সেই ভীষ্ম দুৰ্য্যোধনৰ সেনাপতি হৈ এটি প্ৰাগুৱকে| হানি নকৰিলে! পাগণুৱলৈ তেওঁৰ ইয়ান মবম ইমান স্নেহ ! নিজৰ প্রাণকে ৰলি দিলে। সম্প্ৰতি বাপুৰে মন পোৱ| টান হৈছে। এওঁৰো,