পৃষ্ঠা:অভিমন্যুবধ নাটক.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় গৰ্ভাস্ক । কে্ট্ৰৰ্ ছাউৰ্ণী। দুৰ্য্যোধন, কৰ্ণ,আৰু শকুনি ।

_দু্য্যোধন--উঃ! কি পৰিত|প ! একেবাৰে সৰ্ব্বনাশ হল ।- শিয়ালৰ ৰণত সিংহৰ পৰাজয়! হায় ! পিতামহ ! ইচ্ছামীন মৃত্যু স্বত্বেও আপুনি যে অৰ্জ্জুনৰ বাণত মৰিল ই মোৰ দুৰাদুষ্টৰ ফল মাত্র ৷ এই যুদ্ধত জয়লাভৰ আশ| আক নিশাৰ সপোন সমান ৷ কাৰণ সেনাপতি হৈ পাচ পাণ্ডৱক পৰা 7য় কৰিব পাৰে এনে বীৰ আৰু কোন আছে ? সাচাকৈ কৈছোঁ, মাম| ! সখি কৰ্ণ ! আৰু যুদ্ধ, কৰাৰু সকাম নাই | আইক পাজল

ৰাজ্য এৰি দি আমি বনলৈ য|ওঁহক ৷ তাকে নকৰি যুদ্ধত র হৈ লোক-হাহিয়াতৰ পাত্ৰ হোৱাৰ সকাম কি? =! মহে ইমান দিন যুদ্ধ কৰি, যদি পাঁচ পাণ্ডৱৰ এঙ্জনকে বধ_ কৰিলেহেতেন, তথাপি জয় লাভৰ, অলপ আশ! আছিল 1 কিন্তু ক’ত| ? উঃ ! মই একেবাৰে হতাশ হলে ! হায়।. হায় ! আগেয়ে এনে বুলি জন| হলে, গীকুষ্ণই যেতিয়| পাঁচখন মাত্ৰ গাওঁ খুজিছিলহি তেতিয়াই ইয়াৰ এট| মীমাংস| কৰিব পৰ গলহেতেন ৷ যুদ্দৰপৰ| ক্ষান্ত লেও যে মান নাথাকে [| মামা ! সখি কণ! আপোনালোকেই মোৰ বল-বুদ্ধি ; কওকচোন, বাৰু এতিয়| কি কৰ৷ যুগুত ?