পৃষ্ঠা:অনুচ্চ আৰ্তি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বালিবাটৰ দাঁতিৰ বোপাইৰ পঁজাৰ ভেটিতে
মোৰ নতুন ঘৰ
অচিনাকি চিনাকি কত যে আহ-যাহ
সেইবাটে
মোক কোনেও চিঞৰি নুসোধে
অই, আছনে ঘৰত?

অনুচ্চ আৰ্তি/৫৯