পামৰু মনাই কমনে হৰিৰ নাম
Jump to navigation
Jump to search
।।ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। পামৰু মনাই কমনে হৰিৰ নাম ৰহলি বিছুৰি।
কৱহু চলিতে ৰে লাগল যমপুৰী।।
পদ।। কাহাঁ গৈয়ো মাতা-পিতা কাঁহা গৈয়ো ভাই।
ধন জন কাঁহা গৈয়ো সুহৃদ মনাই।।
কমনে না পেখো মন আপুন মৰণা।
নিশ্চয় চলিতে লাগে যমেৰ কৰণা।।
নাম সুমৰিতে ছুটে অন্তকেৰি দায়।
উত্তম অমৰ পদ ঠামহি মিলায়।।
কহয় মাধৱ দাস দীন মতিহীনা।
এ ভৱ তৰণী নাহি ৰাম নাম বিনা।।