নৱ জগতৰ ময়েই জ্যোতিকা (ভাৰতবৰ্ষিকা)

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

নৱ জগতৰ

ময়েই জ্যোতিকা

ময়ে পৃথিৱীৰ আলোকবৃত্তিকা

নতুন সত্য প্ৰচাৰিত কৰি

              গায়ত্ৰী বেদ-মাতৃকা

প্ৰথম প্ৰভাত

               মোৰ শুভ্ৰ কপালতে

                         জ্ঞানৰ অৰণ উদয় ৷