নৱ জগতৰ ময়েই জ্যোতিকা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

<poem> নৱ জগতৰ ময়েই জ্যোতিকা ময়ে পৃথিৱীৰ আলোকবৰ্ত্তিকা নতুন সত্য প্ৰচাৰিত কৰি গায়ত্ৰী বেদ-মাতৃকা প্ৰথম প্ৰভাত মোৰ শুভ্ৰ কপালতে জ্ঞানৰ অৰুণ উদয়|