জীৱতু জয় যশোৱা-নন্দন আনন্দপদ পাই
Jump to navigation
Jump to search
<poem>
।।ৰাগঃ গৌৰী।। তালঃ বিষম।।
ধ্ৰুং।। জীৱতু জয় যশোৱা-নন্দন আনন্দপদ পাই। নাচতু চনি, গোপ-গোপিনী হাতে তালি বজাই।।
পদ।। যোহি জগত জীৱ জনক যাহে নাহি সম কোই। সোহি পৰম পুৰুষোত্তম ৰাখত তনু তোই।। বামন পহু বাহিৰে ৰহু কৰতু বিঘিনি নাশা।। অন্তৰে তেৰি ৰাখতু হৰি কহতু কৃষ্ণকু দাসা।।