।।ৰাগঃ ললিত।। তালঃ পৰি।।
ধ্ৰুং।। গোপাল খেলে বালক সঙ্গে।
মোহন বেণু পুৰে মন-ৰঙ্গে।।
পদ।। শ্যাম শৰীৰে শোভে পীতবাস।
ভুৱন ভুলি কয়ো পৰকাশ।।
ঠমকে চলয়ে দুহোঁ অৰুণ পাৱ।।
হৃদয়ে হাৰ লুলে গজমতি।
পেখি মোহ ভয়ো ব্ৰজ-যুৱতী।।
মাধৱ দাস কহ শুনহ মুৰাৰি।
ভকতি দান দেহু কৰহোঁ গোহাৰি।।