কেং কুৰু কেং কুৰু
অৱয়ব
(বাওনাৰ গীত)
কেং কুৰু কেং কুৰু
ঘেং কুৰু কুৰু কুৰু
বনে বনে মনে মনে
ফুৰোঁ ফুৰোঁ ফুৰোঁ ফুৰোঁ ৷
ডেং কটা ডিং কটা
শিং কটা টিং
কিটিটিং ঘিটিটিং
ডিডিং ডিডিং ৷
বাওনা ৰজা .... কোঁটো লোক্
কোঁটো লোক্
বাওনাবোৰ..... ঘোটোলোক্
ঘোটোলোক্
বাওনা ৰজা..... ঠেং ঠেং ঠেং
বাওনাবোৰ.... চেচেং চেচেং
বাওনা ৰজা... দহ ডিঙা
ডিঙা ডিঙা
ডিং ডিডিং ডিং
বাওনাবোৰ.... ধিনতা খিতা
পিঠা পিঠা
ধিতিং টিঙা টিং ৷৷