কি কহবো উদ্ধৱ কি কহবো প্ৰাণ
অৱয়ব
।।ৰাগঃ ধনশ্ৰী।। একতাল।।
ধ্ৰুং।। কি কহবো উদ্ধৱ কি কহবো প্ৰাণ।
গোবিন্দ বিনে, ভয়ো গোকুল উছান।।
পদ।। শূন্যে ভৈল অঙ্গিনা বিৰিন্দাবিপিন।
নাশোভে ৰজনী যৈচে চান্দবিহীন।।
নাহি ছাৰব ধেনু কালিন্দীক কুল।
আৰ নাশুনোহোঁ বেণু কদম্বক মূল।।
মথুৰা ৰহল সব গোপিনীক পিউ।
কেশৱ বিনে কৈচে ধৰবহো জীউ।।