কালৰ কোলাত জিলিকিছে

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

<poem>

কালৰ কোলাত জিলিকিছে জয়

ত্যাগৰ আজলি লৈ আহ অ’ আহ অ’

         জননীৰে পূজাৰ সৌণালী সময় ৷


আজি অৰুণালোক পুৱতি

দেশে দেশে জ্বলি গ’ল অগ্নিবাতি ৷


         জাগ আজি অন্ধ অলস মুক্‌ ভাতৃ
         জাগ ভাৰতৰ জয় যাত্ৰী
                  জিঞ্জিৰী যাব বুলি
                  বিঘিনি হ’ব ধূলি
                            শত্ৰু বিলয়  
  
         কালৰ কোলাত জিলিকিছে জয়  ৷৷