কবিতাৰে ছবি আঁক তই

ৱিকিউৎসৰ পৰা

<poem>

কবিতাৰে ছবি আঁক তই
         কোন ভুবনৰ কবি

ছবিৰে মই কবিতা লিখোঁ

         তই জানো মোৰ
                  লগৰীয়া হবি ?


আমি দুয়ো লগলাগি আহ,

         হওঁ পৃথিৱীত
                  অকলশৰীয়া
         আপোন মনে
                  দুয়ো ৰচোঁ
                            জীবন ধুনীয়া ৷

হওঁ পৃথিৱীত তয়ে ময়ে অকলশৰীয়া !!