অৱ সখি কহ কহৰে
Jump to navigation
Jump to search
।। ৰাগঃ ধনশ্ৰী।। একতাল।।
ধ্ৰুং।। অব সখি কহ কহৰে হামাৰ জীৱন ধন
কোন পন্থে গেল মধাই।
মদন-বিৰহ আগি শৰীৰ দহয় ৰে
তিলেক না দেখি জীৱ যাই।।
পদ।। চান্দ-বয়নে হৰি মুৰৰী বজাৱ ৰে
মধুৰ সুস্বৰ ৰস গায়।
সুন্দৰ নয়ন হেৰি নন্দসুত চলে ৰে
হামাৰ জীৱন লেহি যায়।।
কামে চঞ্চল তনু মদন জিনিয়া ৰে
পঞ্চম পূৰিয়া ৰস তোলে।
প্ৰেম আকুলসব ব্ৰজৰ ৰমণী ৰে
দীন মাধৱ দাসে বোলে।।