অ’ মোৰ আপোনাৰ দেশ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
MF-Warburg (আলোচনা | বৰঙণি) অ ২ টা সংশোধন: importing from www.wikisource.org |
Bishnu Saikia (আলোচনা | বৰঙণি) No edit summary |
||
২৬ নং শাৰী: | ২৬ নং শাৰী: | ||
[[Category:লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম]] |
[[Category:লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম]] |
||
[[Category: |
[[Category:জাতীয় সংগীত]] |
১৯:২৩, ৪ জানুৱাৰী ২০১৩ৰ সংস্কৰণ
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন সুৱলা, এনেখন সুফলা
এনেখন মৰমৰ দেশ ।
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদি মাত
পৃথিৱীৰ ক'তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত ।
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই ।