পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
উৰ্চগা

অকালতে ১৯২৮ খৃষ্টাব্দৰ জানুৱাৰী মাহত শদিয়াত আমা-ডিমা ছটি ল’ৰা-ছোৱালী এৰি পতিৰ আগতে আমাক সকলোকে কন্দুৱাই বৈকুণ্ঠী হোৱা মোৰ পৰম সাদৰী সৰু-মাজিউ জীয়াৰী ৺মৃণালিনী আইটীৰ নামত এই পুথি উচৰ্গা কৰিলোঁ। যাৰ বাছা! ককায়েৰ দুজন আৰু নিচেই সৰু-ভায়েৰ জনৰ লগত মিলি-জুলি স্বৰগৰ ফুল স্বৰগতে থাকিবি। কালপ্ৰাপ্ত হলে আমিও যাম আৰু তাত তহঁতক লগ পামগৈ।

ৰজনীকান্ত বৰদলৈ