পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৈলিগিৰী এনোৱাত ৰাই কলে -“দৈ, মই আজি তোক কথ! এটা সুধিব খোন॥ তই আচল সচা কথা কবিনে? ৰহদৈ-কম স্বৰ্গদেৰ ঈশ্বৰ! জাতই যাৰ বাপেৰৰ ঘৰত থাকোতে সেই যে ডেকাটোৰে সৈতে উমলি-জামলি ফুৰিছিলি তাৰে সৈতে কোনো দিন তোৰ হাত-ৰত হোৱা নাছিলিনে। ৰহদৈস্বৰ্গদেৱ ঈশ্বৰ! কি হাত-বাত বা বেটীয়ে বুজিব পৰা নাই। ৰজা—অৰ্থাৎ কোনো দিন চ'তত নিশা বিহুত নাচোতে তই তাৰ তিৰোতা হোৱা নাছিলিনে। দৈ—(তললৈ মূৰ কৰি নিৰুৰ) ৰজাক ৰংদৈ সচা কথা ক! ৰহদৈ সেপ ঢুকি) স্বৰ্গদেৰ ঈশ্বৰ। এতিয়ালৈকে তো বেটীক আই-বোপয়ে তালৈ বিয়াকে দিব পৰা নাই নহয়। জা—বিয়া নোহোৱাকৈয়ে জানো ডেকাই গাভৰুৰ লগত সহবাস না? ৰহদৈস্বৰ্গদেৱ ঈশ্বৰে কি সহবাসৰ কথা কয় বেটীয়ে বুজিব নোৱাৰো। গাঁৱে-ভূয়ে নাচোতে বাগোতে কোনো ডেকাই কোনো গাভৰুক ভাল পাই সেই কথা তাইক জনাই তাই তালৈ আহিবনে নাহিব অথবা বিয়া সোমাবনে নোসোমাৰ এনেকুৱা কথা সোধে। পিচত সম্মতি জানালে যেই গাভৰুৰ লগত সেই ডেকাৰ যেনে তেনে বিয়া হয়। জাকিয় সতাই সখিয়ে দেখেনি কৈছে যে বিয়া নোহোৱাকৈয়ে অনেক গাভৰুৰে ডেকাই সৈতে নিশা চ'তৰ বিহুত মতা-মাইকী হয় আৰু শেহত তেনেকুৱা গাভৰু অন ডেকালৈ যায় আৰু তেনেকুৱা ডেকাইও আন গাভৰু আনে বা বিয়া কৰায়। ৰহদৈ-স্বৰ্গদেৱ ঈশ্বৰ! সৎম ফুকনৰ নিচিনা জনৰ লগত অথবা নগৰত ডেকাই গাভৰুৰে তেনেকুৱা কৰিলেও কৰিব পাৰে বেটীয়ে সেইটো নাজানো; কিন্তু আমাৰ গাঁৱত হলে তেনেকুৱা পাপাচাৰ নয়। যি গাভৰুৰে বিহুত বা আন সময়ত কোনো ডেকাক কথা দিয়ে সেই গাভৰু সেই এনলৈ যাবই যাব।