পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ্ৰীক ভক্তৰ বিপত্তি, গুৰু মহামতি, অদ্ভুত সপোন, লভিয়া চেতন, হাঁ গুৰুবাপ, কন্তু বিলাপ, কিনো মল ভৈলে। পাতক সাঞ্চিলে, গুৰু মহা সন্ত, ৰজা শুনিলন্ত, গমন গাৰ, মহা যণী ধী, বিৰ সমস্ত, দেখাই কলেৱ, যেহেন অবৰ্ণ, পীত বসন, ৰৰ মোলা, নাহিকে সমান, মাথা চত্ৰাকৃত, কালিয়ে ৰঞ্জিত, ললাটত সুসম, কাম এস, কিকৈবে সম্প্ৰতি, ৰাখিল তহিতি॥২৩৪ দেখিলা আপন, ব্যাকুলিত মন॥২৩৫৷ কেনে দিলা তাপ, লভিয়া সন্তান॥২৩৬ গুৰু দ্ৰোহকৈলো, সংসাৰে মজিলে। ২৩৭ বেকত ভৈলন্ত, শীঘ্ৰে অনাইলন্ত॥২৩৮ ৰচন অথবা, গুণৰ মন্দিৰ॥২৩৯৷৷ আগে মনোহ, আছন্ত॥২৪•|| তনু বিতোপন, পঙ্কজ বন॥২৪১ বাহু দুই খান, সৰ্বাঙ্গ সুঠান॥২৪২৷৷ কেশ আকুতি, মালা সুবাসিত॥২৪৩ তিলক উত্তম, ভৰ মনোৰম॥২৪৪।