পৃষ্ঠা:লীলামালা.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ নিজৰ প্ৰকাশিত তলত লিখা ধৰ্ম্ম পুথি বিলাক একেবাৰে অধিক ধনৰ নিলে কমিচন পাব।

১। কীৰ্ত্তন ঘোষা সম্পূৰ্ণ   ২৲
২। দশম স্কন্ধ ভাগৱত   ১॥৹
৩। সিন্ধুৰা পৰ্ব্ব মহাভাৰত  ১৲
৪। পুষ্পহৰণ বনপৰ্ব্ব  ॥৹
৫। ৰুক্মিণী হৰণ  ॥৹
৬। ৰাধা হৰণ  । ৹
৭। নাম ঘোষা  ॥৹
৮। বলী ছলন  । ৵৹
৯। অমৃত মথন  । ৴৹
১০। ফুল কোঞৰ  ৵৹
১১। শিশুপাল বধ   ৵৹
১২। বৰ কৰতি পুথি   । ৴৹
১৩। সুধন্বাবধ পৰ্ব্ব  । ৴৹
১৪। আইসবাহৰ নাম  । ৹
১৫। নামতী আই   । ৴৹
১৬। অনাদি পাতন   ॥৹
১৭। বাৰভণী বিখালী  । ৹
১৮। বৰ বেজালী  । ৹
১৯। ডাক চৰিত্ৰ   । ৹
২০। লক্ষ্মণৰ শক্তিশেল  । ৹

 ইয়াৰ বাহিৰেও আমাৰ হাতত নানা ৰকমৰ ধৰ্ম্মপুথি আছে যাকে যিহকে লাগে আমালৈ লিখিলেই পাব।

শ্ৰী শিবনাথ ভট্টাচাৰ্য্য।  

পোঃ অঃ ৰিহাবাৰী।