এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰৈখিক পৰিমাণ
(মিটাৰ চেণ্টিমিটাৰ)
১৯৫৮ চনৰ অক্টোবৰৰ পৰা ভাৰত মেট্ৰিক বা দশমিক পদ্ধতিৰ ওজন আৰু দৈৰ্ঘ্যৰ মাপ প্ৰচলন হৈছে। মেট্ৰিক পদ্ধতিৰ দৈৰ্ঘ্যৰ একক হিচাপে “মিটাৰ” ব্যৱহাৰ হয়।
মিটাৰ চেণ্টিমিটাৰৰ আৰ্য্যা
১০ মিলিমিটাৰ |
১ চেণ্টিমিটাৰ। |
সম্পূৰ্ণ আৰ্য্যা
১০০০ মাইক্ৰ মিটাৰত |
১ মিলিমিটাৰ। |
ওজন পদ্ধতি (কিলোগ্ৰাম–গ্ৰাম)
মেট্ৰিক পদ্ধতিত ওজনৰ মূল একক হল—
গ্ৰাম আৰু কিলোগ্ৰাম। কিলোগ্ৰাম ডাঙৰ আৰু গ্ৰাম নিচেই সৰু একক।