পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অৰ্পণ।

বন্ধুবৰ শ্ৰীযুক্ত চন্দ্ৰকুমাৰ নাথৰ হাতত।

প্ৰিয়বৰেষু,

 ছাত্ৰ-অৱস্থাত যেতিয়া অস্পৃশ্যতা-নিবাৰণ,

গাওঁ-সংগঠন অনুন্নত উন্নয়ন আদি সংস্কাৰলৈ

হাত মেলি বহুতৰ বিৰাগভাজন হৈছিলোঁ,

তেতিয়া যি কেইজন মোৰ সমৰ্থক আৰু সঙ্গী

আছিল তাৰ ভিতৰত তুমিয়েই প্ৰধান। আজি

দুকুৰি বছৰৰ পাচতো সেই স্মৃতিৰ মাধুৰ্য্য

অলপো হ্ৰাস হোৱা নাই। তাৰেই চিন-স্বৰূপে

“আবিস্কাৰ” তোমাৰ হাতত অৰ্পণ কৰিলোঁ।

ইতি

তেজপুৰ
১০ ভাদ, ১৮৭০ শক।
স্নেহাকাঙক্ষী
গ্ৰন্থকাৰ।