পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৭ ) নহয় কিন্তু বহুত সহস্ৰ দল, প্ৰায় এহেজাৰমান। আমি ঠিক সংখ্যা কিমান যে আছে তাক কব নোৱাৰে। কাৰণ নতুন নতুন দল ওলাইছে আৰু পুৰণিবিলাক বাদ হৈছে। • কেৱল সিবিলাকৰ গোলমালহে জনা যায়। কেনে সন্তোষৰ কথা আমাৰ নিমিত্তে বুজিবলৈ গলে আমাৰ পবিত্ৰ মাতৃ গিৰ্জ। আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰা স্বৰ্গলৈ যোৱাৰ আগেয়ে স্থাপিত হৈছিল। সেই গিৰ্জাতে পাচনিবিলাকৰ, ই সদায় একেৰকম শিক্ষা দিছে আৰু এজন অধিকাৰীৰ দ্বাৰা শাসিত হৈ আহিছে আৰু কেবল ইয়েই হে যীচু খ্ৰীষ্টৰ গি…॥ বিশেস চাবলগীয়া - অমি গিবিয়েতে কৈছে; কোনো ৰ মানুহ বা ব্যক্তি বিশেষ উদ্দেশ্য কৰি কোৱা নাই। "Editor. ” কুমাৰী মাৰীয়া আমাৰ মাতৃ এতেকে 5. যীচুৰ মাত কুমাৰী মৰীষা। কিন্তু পৃবি ধন্য! পুথিত লিখা পোৱা যায় যে যীy আমাৰ চাই আৰু ঈশ্বৰ। কুমাৰী মাৰীয়াই আমাৰ মাও। আকে সন্ত ধোনৰ বাৰ্তত এই বিলাক কথা আছে। যাচুৰে মাকক কলে “হে নাৰি, দেখা তোমাৰ পূত্ৰ পিচত সোহনক কলে দেখা, তোমাৰ মাতৃ'। তাত প্ৰেৰিত যোহনহে আছিল। আৰু তেও আমাৰ নিমিত্তেও যীচুৰ পৰা এই কথা শুনিলে- তেন্তে কুমাৰী মাৰীয়া আমাৰ মাতৃ। তেওঁৰ ইচ্ছা এই যে আমি যীচুকে প্ৰেম কৰে। আৰু ঈশ্বৰৰ আশা পুৰ কৰোঁ। তেখেতে সদায় আমাৰ কে মধ্যস্থ হৈ যীচুত খাটে। তেনেহলে আমি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিলেই নিশ্চয়ে তেখেতে আমাৰ নিমিওে যীচুক বহুত কৃপা খুজিবগৈ। গৈ। Kcquistiraf coni +