পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসীল ৫ ভাগ হয় বার্ষিক মূল্য ৭০ অনা। সংখ্যা ১ম-২য় বন্ধৰ বাণী। 1 মােৰ প্ৰিয অসমীয়া বন্ধবিলাক, মই শুনি বৰ আনন্দ পাইছে। যে তােমালােকে মােৰ পত্ৰ পাই তাক ভালকৈ মনােযোগ কৰি পৃটিছা। মই তােমালােকৰ বন্ধু কাৰণ মই তােমালােকক সত্য সুখৰ বাট দেখুৱাম। বহুত মানুহে ভাবে যে সত্য-সুখ সুস্থ শৰীৰ থাকোতে বা বহুত ধন হােৱাত বা ভাল খােৱাত আৰু সকল প্রকাৰৰ সুখ অভিলাষত প্রকৃত সুখ পােবা। যায। কিন্তু যিবিলাকে এনেকুৱা ভাব কৰে সিবিলাকৰ বহুত ভূল। নহয়, মােৰ প্রিয় বন্ধুবিলাক, এই সংসাৰত টকাই মানুহক সুখী নকৰে। মানুহৰুলােৰ আত্মা এই সংসাৰৰ ধনতকৈ বেচি মূল্যৱান। যদি আমি আমাৰ আত্মাৰ বিষয়ে সাবধানে থাকে আৰু আমাৰ ঈশ্বৰৰ আৰু মানুহৰ সৈতে শান্তিৰে থাকো তেন্তে বুজিবলৈ পাম প্রকৃত সুখ কি। আমাৰ প্ৰভু যীচু খ্ৰীষ্টই কৈছে “ধন্য যিবিলাকৰ মন নম্র, কাৰণ সিবলাকৰহে ঈশ্বৰৰ ৰাজ্য” (মথী ৫ অধ্যায় ৩ পদ)। আৰু তেওঁ অন্য এঠাইত কৈছে “যদি মানুহে সকলাে সংসাৰ জয় ফৰে কিন্তু নিজৰ আত্মা হেৰুৱায় তেনে মানুহৰ কি লাভ আছে? মানুহ আপােন আত্মাৰ পৰিবৰ্তে কি দান দিব ।" (মথী ১৬ অধ্যায় ২৬ পদ)। আমাৰ আত্মা কেতিয়াও নমৰে কিন্তু আমাৰ শৰীৰ অলপ বছৰৰ তিগুত মৰি যাব আৰু এমুঠি ধূলি হৈ যাব। এই দেখি কিয় আমি ইমান 6 .