পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সূৰ্য্য সূৰ্য দৰকাৰ দাব শংকৰ শঙ্কৰ নাচায়.নেচায় আন্ধাৰ.এন্ধাৰ ১০ (ক) ৰেফ-সংযুক্ত সকলোবোৰ বৰ্ণ একাকী হ’ব, অৰ্থাৎ এইবোৰ দ্বিত্ব নহয়। যেনে, কৰ্তা, কৰ্ম, পৰ্বত, বৰ্তমান ইত্যাদি। আৰ্য্য, সূৰ্য্য আদি শব্দ বিকল্পে যথাক্ৰমে আৰ্য, সূৰ্য আদিও হ'ব। কিন্তু পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিয়ে সূৰ্য্য, আৰ্য্য আদি কপতহে লিখিব। (খ) দৰকাৰ, চৰকাৰ আদি শব্দ বিকল্পে বেফ দিও লিখিব পাবি। কিন্তু পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতিয়ে দৰকাৰ, চৰকাৰ আদি ৰূপতহে লিখিব। (গ) ঙ সংযুক্ত শব্দবোৰত সদায় ঙ-ব সলনি অনুস্ববহে লিখা হ'ব। যেনে, শংকৰ, শংখ, অংগ, লংঘন ইত্যাদি। (ঘ) নেতিবাচক প্ৰত্যয় ন-ব স্বৰটোৰ ক্ৰিয়াৰ আদি ব্যঞ্জনব পৰৱৰ্তী স্বৰব লগত হোৱা সমীভূত বাপটোহে লোৱা হ'ব। যেনে, নকবে, নেদেখে, নুশুনে, নোধোৱে, নাচায়, নাথায়, নাযায় ইত্যাদি। নেচায়, নেখায়, নেযায় আদি ৰূপবোৰ গ্ৰহণ কৰা নহ'ব। অৰ্থাৎ ব্যঞ্জনৰ পব- ৱৰ্তী স্বৰ আ হ'লেও আ হে হ'ব, এ নহয়। (ঙ) দুটা আ ওচবা-উচৰিকৈ থাকিলে আদি অক্ষৰব আ-টো বিকল্পে এ বাপেও উচ্চাৰিত যেনে,