পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৪

 "লিপান্তৰ পদ্ধতি" অধ্যায়টোত আন্তঃৰাষ্ট্ৰীয় ধ্বনি সন্থাৰ প্ৰতীক-সমূহ ব্যৱহাৰ কৰা হৈছে। প্ৰতীকসমূহে বন্ধনীৰ ভিতৰত দিয়া আখৰ-বিলাকৰ ধ্বনি সূচাইছে।