পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

oa, o ou, oo (৮) a ( লিখিত oa o ou, oo) অসমীয়া ঊৰ্ধকমাযুক্ত অ' লিখা হ'ব। যেনে, cou- Tse - ক'হুঁ, scorc=', floor, four-ক'ব্, core-ক'ব্, lore-ল'হ্. azores - এজ'ৰ্ছ ইত্যাদি। (৯) ॥১ দ্বিস্বব অসমীয়াত কেইবা ধৰণেও লিখিব লাগিব। ua, ewe, ue (ক) us (লিখিত ua, ewe, ue আদি) উৱে হ'ব। -উৰে যেনে, fluent -ফাবেট্‌,jewel-জুৱেল্, quell – কুৱো্, valuable-ভেলুৱেবল্, usual-য়ুজুৱেল্ ইত্যাদি। u -ইউ, ইয়' ua (লিখিত 1) ইউ আৰু ইয়' হ'ব। যেনে, cure – কিয়’ৰ্, curious- কিউবিয়াছ্‌, pure – পিয়'ব ইত্যাদি। cr, ue, ua, uu, (গ) uou ua (লিখিত er, ue, ua, uu, rou আদি) উৱা হ'ব। যেনে, doer-ডুৱাৰ, valuer-ভেলুৱাব, arguer-আৰ্ন্ত বাৰ্ vacuum - ভেকুৱাম্‌, ইত্যাদি। -উৰা ui (১০) ui (লিখিত ui) উই হ'ব। যেনে, ruin-কইন্‌, valuing-ভেলুইং, issuing - ইছুইং ইত্যাদি।