পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২২ i, ic, ei, uy (3) ai (লিখিত i, ie,ei,uy,ai, oi, y, আদি) ai, oi ইত্যাদি -আই, আয় শব্দৰ অন্তত আৰু ব্যঞ্জনৰ আগত আই হ'ব। যেনে, time-টাইম, pie - পাই, height - হাইট, buy - বাই, aisle- আইল, fly-ফাই। কিন্তু স্ববব আগত হ'লে ai - আয় হ'ব। যেনে, choir- কোৱায়াৰ, fire-ফায়াব, giant-জায়েন্ট। ইত্যাদি। স্বব ou, ow, eo • আউ, আৰ - au (লিখিত ou, ow, eo) পিছত থাকিলে আৱ আৰু স্বৰ নাথাকিলে আউ হব। যেনে, loud - লাউড্, out - আউট্, town - টাউন্, Macleod - মেক্লাউড্, কিন্তু flower - গ্লাৱাৰ, shower-শ্বাৱাৰ ইত্যাদি। oi, oy -এই, অয় স্বৰ oi (লিখিত oi, oy) পদান্তত নাইবা পিছত ব্যঞ্জন থাকিলে অই আৰু থাকিলে অয় হ’ব। যেনে noise - নইজ্‌, boy - বই, কিন্তুemployer=এপ্লয়াৰ, royal বয়েৰ্, employee - এমপ্লয়ি D ইত্যাদি। ee, ea, c ei, ie in ( লিখিত ee, ea, e, ei, ie) ইয়া হ'ব। যেনে, deer = ডিয়াৰ্, beer - বিয়াৰ, ear= ইয়াৰ্, gear-গিয়াৰ, here =হিয়াৰ, career=কেবিয়াৰ্, idea – আইডিয়া, pierce- গিয়াৰ্ছ, theatre - থিয়াটাৰ ইত্যাদি। ai, a -এয়া Fo ( লিখিত ai, a) এয়া হ’ব। যেনে, air-এয়াৰু, fair=ফেয়াৰ্, pair-পেয়াৰ্ ইত্যাদি। (8) (৫) (9)