পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

20 (৫) ব্যঞ্জনাস্ত বুজাবগৈ পদান্তত হসন্ত চিন ব্যৱহাৰ কৰিব লাগে। যেনে, ইলেকট্ৰন্ এবছেণ্টিক ইত্যাদি। স্বৰধ্বনি বিদেশী সকলোবোব স্বৰধ্বনি হ্ৰস্বই হওক বা দীৰ্ঘই হওক অসমীয়াত লিখোঁতে বাপতহে লিখা হ'ব। - www. মেশিন্, Dean - ডিৰ্, machine কট্, root - meter মিটাৰ, - scheme কিন্, shoe chemistry - কেমিস্ট্ৰি, zoology ঘুৱলজি ইত্যাদি। ব্যঞ্জন ধ্বনিব দৰেই স্বব ধ্বনিৰ ক্ষেত্ৰতো উচ্চাৰণলৈ লক্ষ্য বাখিহে লিখা হ'ব। উদাহৰণস্বৰূপে হ্ৰস্ব আৰু দীৰ্ঘ i, iঃ ইংৰা- জীত যিমান ধৰণে লিখা নহওক (i, iy, yi.c, o, ec, ei, ie, y, cy, uay (quay), eo,.(people), (phoenix) ea, oe, ইত্যাদি) সকলোবোৰ অসমীয়াত হ্ৰস্ব ই (F)- বেহে লিখা হ'ব। সেইদবেই u, u: (u, oo ou, o, ue, eu, (feud) ew, eau, oe (cance) ইত্যাদি) কেৱল হ্ৰস্ব উ () হ'ব। SH ac - [ স্বব এ-ৰে আৰু e স্বব এ'-ৰে লিখা হ'ব। যেনে, manīner = মেনাৰ্, back বেক্, access – এক্‌ছে’ছ, bell - বে’ল্‌, যুৱলতি, থুবলজী i, iy, vi e, o • ce, ei, ic ইত্যাদি u, co, eu o ইত্যাদি - (₂)