পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৰ্বন.কাৰ্ব্বন ক্ৰিপ্টন.কণ্টন ইন্‌স্পেক্টৰ ইন্সপেক্টব LI লিখা হ'ব। যেনে, New York নিউয়ৰ্ক, yale -য়ে’ল্, baer -বিয়াৰ, theatre- থিয়াটাৰ্ ইত্যাদি। সংযুক্তাক্ষৰ (১) যিমান দূৰ সম্ভৱ সংযুক্ত ব্যঞ্জনব উচ্চাৰণ হ'লে সংযুক্ত বাপত লিখিব লাগে, নোৱৰাতহে হলন্ত চিন দি লিখিব লাগে। (২) বেফ-যুক্ত ব্যঞ্জনব দ্বিত্ব হ'ব নালাগে। যেনে, carbon - কাৰ্বন্, Churchill চাচিৰ্, marble নাৰ্বন্ ইত্যাদি। - (৩) সংযুক্ত ধ্বনিবোৰ যিমান দৰ পাবি প্ৰচলিত নিয়মেৰে লিখিব লাগে। যেনে, spring স্প্ৰিং, string S স্ট্ৰিং scale – স্কেইল, Christ - ক্ৰাইষ্ট, - - triticum - টিটিকাম্, krypton - ক্ৰিপ্টন ইত্যাদি। (8) শব্দৰ মাজত তিনিটা ব্যঞ্জনব সংযোগ হ'লে, আৰু সংস্কৃত সংযুক্ত ব্যঞ্জনব দৰেই সিহঁত উচ্চাবিত হ'লে অসমীয়া ধৰণেই লিখিব লাগে। নহ'লে সেই তিনিটাৰ দুটাবে যুক্তাক্ষৰ কৰি আনটো তাৰ লগত হলন্ত কবি লিখিব লাগে। যেনে, Australia অস্ট্ৰেলিয়া, eccentric - এক্‌ছেণ্ট্ৰিক্, electron ইলেক্ট্ৰন্, inspector = ইন্‌স্পেৰ্টৰ্ ইত্যাদি। - - her