পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

T ব, বেফ, ব-কাব w, u y ১৮ W ধ্বনি (লিখিত r ) অসমীয়াত তিনিধৰণে লিখিব পাবি –– ব, বেফ () আঞ্চ ব-কাৰ (J)। বশব্দৰ আদিত, দুটা স্বৰৰ মাজত আৰু পদান্তত লিখা হ'ব। যেনে,radar- বে'ডাব, courage কাৰেজ্‌ ইত্যাদি। ৰেফ ( ) সংযুক্তাক্ষৰৰ আদি বৰ্ণ হ'লে, যেনে, earle - আৰ্ল, Persian- পাম্বিয়ান্ ইত্যাদি। শব্দৰ মাজত হলন্ত ব্ ব্যৱহাৰ কৰা নহ'ব। ব-কাব(J) : ব্যঞ্জ- নব পৰৱৰ্তী সংযুক্ত বৰ্ণ হ'লে, যেনে, train - ট্ৰেইন. congress - কংগ্ৰেহ্, Christian – ক্ৰিস্টিয়ান্, criminal ক্ৰিমিনেন্ ইত্যাদি। মনত ৰখা উচিত যে এনে ক্ষেত্ৰত ঋ ( ) ৰ কেতিয়াও প্ৰয়োগ কৰা নহ'ব। - Wধ্বনি (লিখিত w আৰু u) অসমীয়াত ব্ৰ আখ- বেৰে লিখা হ’ব। অসমীয়া শব্দত আদিতে ইয়াৰ প্ৰয়োগ নাই যদিও বিদেশী শব্দত প্ৰয়োগ হ'ব। যেনে, Washington ৱাশিংটন্, ward- ৱাৰ্ড, ইত্যাদি। শব্দব মাজতো অৰ্থাৎ দুটা স্বৰৰ মাজত অসমীয়াৰ দবেই w-glide ( ৱ-শ্ৰুতি) ৱ আখৰেৰে লিখা হ'ব। যেনে, jewel - জুৱেল্‌, question কোৱেছ্‌চন্, protozoa প্ৰট'য'ৱা ইত্যাদি। A - joy ধ্বনি (লিখিত y) অসমীয়াত গ্ল-ৰে লিখা হ'ব। ৱৰ দৰেই য়ও শব্দৰ আদিতে আক শ্ৰুতিৰূপে উচ্চাবিত হ'লে স্বৰৰ মাজত