পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ - উচ্চাবিত ত’তে sin অসমীয়া লিখা যেনে, atlas এট্‌লাহ্, base - বে'হ্ cell - ছে' ইত্যাদি। s, sc, ss, sh, ti, J- ধ্বনি অৰ্থাৎ তালব্য অঘোষ উষ্ম ধ্বনি ch, c (লিখিত S, SC, ss, sh, ti, ch, c আদি) অসমীয়াত শ্ব আখবেবে লিখা হ'ব৷ যেনে, Persia - পাম্বিয়া, mansion - মেহন, conscious কম্বাহ্, pressure প্ৰেম্বাৰু, shaw shadow - শ্বেড', nation machine-মেশ্বিন্, station - ষ্টেশ্বৰ্, champagne - শ্বেম্পেন্, precious - প্ৰেশ্নাহ্, Ocean অ’শ্বন ইত্যাদি। - - নেশ্বন, - j, g, d, dg, ch j ( লিখিত j gd, dg, ch) অসমীয়াত জ আখৰেৰে লিখা হ’ব। যেনে, June - জুন, James - জেম্‌হ্, gem - জেম্‌, জায়েট্, soldicr-ছ'জ্জাব, giant - edge - এজু, Greenwich- গ্ৰিনিজ, Norwich - নবিজ্‌ ইত্যাদি। Z, S z (লিখিত z আৰু s) অসমীয়াত য আখবেবে লিখা যেনে, ZOO -, razor – বেযৰ্, observe - অব্যাৰ্ড, dissolve- ডিবল্‌হ্‌ ইত্যাদি। Z, S, ge z ধ্বনি (অৰ্থাৎ J- ওঁ ধ্বনিৰ সঘোষ প্ৰতি- বাপ, লিখিত বাপ z, S আৰু ge) যা-- এই সংযুক্ত ৰূপেৰে লিখা হ'ব। যেনে, হ’ব।