পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

t, th -G d 1 --৫ th - থ, দ f, lf, ph -ফ V s, c ১৫ ব্যঞ্জন ধ্বনি ইংৰাজী বা বিদেশীp, k, bg, m, h, r, 1, আদি সাধাৰণ ধ্বনিবোৰ অসমীয়াত যথাক্ৰমে প, ক, ব, গ, ম, হ, ব, ল-ৰেই লিখিব পাৰি। - tধ্বনি (লিখিত t আৰু th) অসমীয়াত মূৰ্ধন্য ট হ'ব। যেনে, telephone টেলিফ'ন্‌, Thomas টমাছ ইত্যাদি। - dধ্বনি (লিখিত d) অসমীয়াত মূৰ্ধন্য ড হ'ব। © ধ্বনি (লিখিত th) অসমীয়াত দন্ত্য থ-বে লিখা হ'ব। যেনে, thorne ধৰ্ম, acther - ইথাৰ্, Matthew - মেথিউ ইত্যাদি। - ধ্বনি (লিখিত th ) অসমীয়াত 431 Ə যেনে, father - ফাদাৰ, northern -নৰ্দাৰ্ন ইত্যাদি। f ধ্বনি (লিখিত f, lf, ph আদি) অসমীয়াত ক হ'ব। যেনে, father = ফাদাৰ, philo- sophy - ফিল’ছফি, half - হাফ, tough-টাফ, laugh-লাফ, ইত্যাদি। Vধ্বনি (লিখিত v) অসমীয়াত ভ হ'ব। Venice - ডেনিহ্, Venus – ডিনাহ্, glove – গ্লাভ্ ইত্যাদি। - s ধ্বনি ( লিখিত s, c) অসমীয়াত ছ হ'ব। মনত ৰখা উচিত যে অসংযুক্ত ৰূপত য’তে বিদেশী শব্দত (যি আখৰ বা সংযুক্ত আখৰৰপৰাই উচ্চাৰিত নহওক) ১ (যেনে,