পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

sing.sme 'গ'ল.গল, হ'ল.হল ‘সঞ্চ.স’ৰু ১ (দ) সোঁৱৰণ, গাঁও আদি শব্দব চন্দ্ৰবিন্দু প্ৰথম ব্যঞ্জনটোৰ ওপৰত fusil হ'ব। (কিন্তু “মই গান 903" -এনে ক্ষেত্ৰত চন্দ্ৰবিন্দু ও-ৰ ওপৰ দিয়া হ'ব) | (ধ) অন্যান্য শব্দৰ চন্দ্ৰবিন্দু (যেনে, সঁচা, পাঁচ আদি) অভিধান মতে লিখা (ন) অ' স্ববব প্ৰয়োগ উধু কমাবে দেখুৱা হ'ব। যেনে, অ'ড, তड, ক’ত, গ'ল, হ'ল, হ'ব, ব'হাগ, ব'দামি ইত্যাদি। (প) য'ত পৰৱৰ্তী উচ্চস্বৰব কাৰণেহে অ' উচ্চাবিত হয় ত'ত উৎকনা লিখিব নালাগে। যেনে, কবি, নদী, লটিঘটি, সৰু, ঘকৰা ইত্যাদি।