পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তল-সবা,ভুল বববগবা, ঘ কৰিলোঁ.কনিনো মাজত হ'লে, যেনে, গৱেষণা, আৰ- বগ, ব্যৱস্থা আদি শব্দত, অভিধানৰ প্ৰয়োগলৈ লক্ষ্য বাখি লিখা হ'ব। (3) সমাস হ'লে সমস্ত শব্দবোবৰ য'ত হাইফেনব প্ৰয়োজন তাত হাইফেন লিখিব লাগিব। যেনে, তল-সবা হাত-দীঘল ইত্যাদি। (ঠ) ডা-ডাঙৰীয়া, পা-পইচা, চা-চিনাকি আদি শব্দত হাইফেন থাকিব। পবসৰ্গ (Post Position)-বোব পূৰ্বৱৰ্তী শব্দব লগত সদায় লগ লগাই লিখিব লাগিব। (ড) যেনে, গুৱাহাটীৰপৰা, ঘৰবপবা, তাবদ্বাবা, কৰাহেঁতেন, কৰিলেহেঁতেন ইত্যাদি। (ঢ) একেটা পদৰ পুনৰাবৃত্তি হ'লে মাজত হাইফেন দি নিলিখি সুকীয়াকৈ লিখিব লাগিব। যেনে, মনে মনে, ঠায়ে ঠায়ে, ঘৰে ঘৰে, ৰৈ বৈ কৰোঁতে কৰোঁতে, কওঁ কওঁ ইত্যাদি। (1) খদমদম, টিঘিলঘিল, বজনজন উথপথপ আদি শব্দ হাইফেন নিদি লগ লগাই লিখিব লাগিব। (3) প্ৰথম পুৰুষব ক্ৰিয়া পদত সদায় চন্দ্ৰবিন্দু (*) থাকিব। যেনে, কওঁ, কৰোঁ, কৰিলোঁ, কৰিছোঁ, কৰিছিলোঁ ইত্যাদি। (থ) কওঁতে, দিওঁতে, কৰাওঁ তে, লিখোঁতে আদি ৰূপত চন্দ্ৰবিন্দু (*) সদায় থাকিব।