পৃষ্ঠা:অসমীয়া ভাষাৰ আখৰ-জোঁটনি আৰু লিপ্যন্তৰ পদ্ধতি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিচাপ.হিচাব বিছ.বিশ লেখক.লিখক গৱেষণা গবেষণা ১১ হাজান/হেজাব, আদাব/এন্ধাৰ, আমা/ এদা, আঠা / এঠা ইত্যাদি। পুথি প্ৰস্তুতি সমন্বয় সমিডিয়ে আন্ধাব, হাজাব আদি বাপহে ব্যৱ কৰিব। (চ) আৰবী বা ফাৰ্চী ঋণ শব্দ হলন্ত ব্-টো অসমীয়াত সদায় পহে লিখ হ'ব। যেনে, কিতাপ, খিতাপ, গোলাপ ইত্যাদি। (ছ) সেইদেখি এইবোৰৰ সাদশ্যতে হিচাপ, মজপুত আদি শব্দতো প লিখা হ'ব। (জবাব আৰু চাহাব শব্দ অৱশ্যে জবাব আৰু চাহাবেই থাকিব।) (জ) বিদেশী ঋণ শব্দত লোৱাৰ দৰেই Sছ জাতীয় ধ্বনি বুজাবলৈ বিভিন্ন বিকল্প থকা অসমীয়া শব্দবোৰতো ছহে লিখা হ'ব। যেনে, পিছ, পাছ, বিছ (বিশ) ইত্যাদি। (পিছ, গাছ, পিছত, পাছত, বিছ, বিশ আদি শব্দৰ ক্ষেত্ৰত দুটা বা অধিক বাপ গৃহীত হ'লেও সমিতিয়ে সময় বুজোৱা ক্ষেত্ৰত পাছ, আৰু ঠাই বুজোৱা ক্ষেত্ৰত পিছ ব্যৱহাৰ কৰিব। ২০, ২১ আদি সমিতিয়ে বিছ, একৈছ—এনেকৈ লিখিব।) (ঝ) লিখা অৰ্থত লিথ্ আৰু লেথ্ দুয়োটা ধাতুব প্ৰয়োগ হয় যদিও লিখোঁতা বুজাবলৈ লেখক শব্দহে প্ৰয়োগ হ'ব। (ঞ) সংস্কৃত শব্দব ৱ, শব্দৰ আদিতে সদায় বৰে লিখা হ'ব। শব্দৰ