পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/৪৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোমা 471 মোখনি, s. পাচি আদিৰ মুৰ নোসোলোকাকৈ বোআ বাস্ক, the tucking in the ends of splints to secure the edge of braided work. মেখাs. মুৰ মৰা, মোখনি বোআl, the binding or securing the edge of anmat or other braidedl work, মোখোৰ, s. গৰুৰ মুখত দিয়া৷ বেঁতৰ খাঙ্গ, a muzzle for oken. মোখ্য, ৪. নির্বান মুক্তি, নিস্তাৰ, প্রধান, , beatitude, final emanci pation of the soul from matter ; a . principal, chief. মোচ, s. কল গচৰ অলপকৈ ওলোআ ডিল, গে। ফ, the flower bud of the plantain when it first sprouts from the tree, whiskers মোচন, s. মক্তি, মর্মন, খগুন, iberation, deliverance, forgiveness. মোচা, a. মোহৰা, মদন কৰা, পকোআ, a wringing, twisting, equeezing. মোচা, a. চোলা, কোঁচ খোআ, curled, contractedl, applied only to thin substances, as the ear, paper, leares of plants &c. মোচোকা, মোটোকা, পাক, a bend, a prain. মোচোৰা, s. পাক মৰ। গাঁঠি এবিধ, a knot made by tviating together the ends of a binding. মোট, . গোট, মুঠগাৰ চাল, কলপ, চালৰ মোনা, the sum total; a leathern bag or skin used for carrying water; the ckin of the body considered as a case; the oast of skin of reptiles. মোটমৰা, a. বৰ গহিন অাৰু ডাঠ (হাবি,) dense, thick, impenetrable, as jungle, forest &c. মোটাতোলা, ৩. খৰাহি চালনি আদিৰ বোআত । চকৰ কাটি এৰি বোআ, the widening of a basket near the top. মোটে, ad. মুঠে, সমলি, সকলোমুলি, all together, in the whole, in all. মোটোকা, s. see মোকোট।. মোধ, s. লে৷ ব৷ তিধা দি পুৰনি কোৰ আলি বতা, জোন দিয়া, a piece of iron or steel welded on an old implement to renew it. যোধাই, ৮. জোন দিয়াই, পুৱনি অৱত লো৷ তিখ। খুআই, নতুন কৰাই, to renew an old or broken iron instrument, as above. মোধোআ, a. মোধ দিয়া, পুৰনি কোৰ অদিৰ মুখত এডোখৰ জোৰা দিয়া, welded, renewed, repaired. মোন, ড. দুকুৰি সেৰি য়া এক জোখ, আঠ দেন, a maund, 20 pounds. মোনা, ৪. দি হল জোলোঙ্গ। বা বগল, a bag. মোমাই, মাতুল, মাকৰ ককায়েক বা ভায়েক, a maternal uncle. মোমায়েক, } মোমাসস্থৰ, গিৰিয়েক বা ঘৈনিয়েকৰ মোমাই এক, an unclc by marriage.