পৃষ্ঠা:Su swasthyar aadhar.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হােৱা আদি কাৰণটো যকৃতৰ কেতিয়াবা একো গম নােপােৱাকৈয়েই চিৰােছিছ হ’বপাৰে। যকৃতৰ ভিতৰত এই বিকৃতি হৈ থাকিব ৬। যকৃতৰ পৰা নিৰ্গত পিত্তৰস যাক বাইল। পাৰে। বুলি কোৱা হয়। এই বাইল যদি তৃতীয় অৱস্থাঃ পিত্তনলীৰ ভিতৰত গােট মাৰি থাকে এই অৱস্থাত যকৃতৰ কোষৰ তাৰ কাৰণেও এই ৰােগ হ'ব পাৰে। সম্পূর্ণ বিকৃতি হৈ কোষবােৰ অকর্মণ্য যাক বিলিয়াৰী চিৰােছিছ বুলি কোৱা হ’বলৈ ধৰে। বিকৃতি বিজ্ঞানৰ ভাষাত হয়। এই অৱস্থাটোকেই চিৰৰছিছ অফ ৭। শৰীৰত ৰােগ প্ৰতিৰােধ ক্ষমতা কমি লিভাৰ বুলি কয়। বহু ৰােগীৰ এনে গলে বা ৰােগ প্ৰতিৰােধ ক্ষমতাৰ অৱস্থাটোত শাৰীৰিক দু বলতা, বিশংগতি যাক অটো ইমিউন ডিজিজ বদহজম, কোষ্ঠ কাঠিন্য, সামান্য ধৰণে বুলি কোৱা হয়, তেনে কাৰণটো পেটত পানী জমা হােৱা, ৰক্তহীনতা, লিভাৰৰ চিৰােছিছ হ'ব পাৰে। আভােক আদি লক্ষণ দেখা দিব ধৰে। চিৰােছিছৰলক্ষণ ৰােগীৰ যকৃত শুকাই যাবলৈ আৰম্ভ কৰে। এই অৱস্থাক আয়ুর্বেদত পিচ্ছা চিৰােছিছ ৰােগৰ প্রাদুর্ভাৱক মূলতঃ চাৰিটা উৎপত্তি বুলি কয়। পৰ্য্যায়ত ভাগ কৰিব পাৰি। চতুর্থ অৱস্থাঃ প্রথম পৰ্য্যায়ঃ এই অৱস্থাটোক হেপাটিক ফেইলৰ প্রথমাৱস্থাত যকৃতৰ কোষবােৰ ফুলি বা যকৃত বিকল অৱস্থা বুলি কোৱা হয়। উঠে। এই অৱস্থাত যকৃতৰ বৃদ্ধি হ’ব পাৰে। ৰােগীয়ে আভােক অনুভৱ কৰিব, তৃতীয় অৱস্থাৰ পৰা চতুর্থ অৱস্থালৈ আহিবলৈ বহুদিন সময় লাগে। অর্থাৎ বমি বমি অনুভৱ কৰিব, পেটৰ সোঁফালে তৃতীয় অৱস্থাত চিকিৎসকৰ পৰামর্শ সামান্য বিষ তথা কেতবােৰ ৰােগীৰ ল’লে যকৃত বিকল হােৱাৰ পৰা কিছু দিন জণ্ডিচ হােৱাও দেখা যায়। বেছিভাগ বা বছৰলৈ বাছি থাকিব পাৰি। এই ৰােগীৰ কোনাে লক্ষণ প্রাদুর্ভাৱ নহয়। অৱস্থাত ৰােগীৰ পেটত পানী জমা এনে অৱস্থাক আয়ুর্বেদিক যকৃত হলুদ হ'বলৈ ধৰে আৰু ক্রমান্বয়ে গােটেইশৰীৰ বুলি কয়। ফুলি শৰীৰৰ ওজন বৃদ্ধি হ'বলৈ ধৰে। এই দ্বিতীয় অৱস্থাঃ অৱস্থাক আয়ুর্বেদত জলােদৰ বুলি কয়। এই অৱস্থাত যকৃতৰ কোষবােৰৰ পেটৰ ভিতৰত ৰক্ত নলিকা ফাটি গৈ ৰক্ত কিছু অংশ নষ্ট হ'বলৈ ধৰে আৰুলিভাৰত বমি হ’ব পাৰে। ৰােগীৰ জণ্ডিচ হৈ দাগ পৰিব ধৰে। উপযুক্ত চিকিৎসাৰ গােটেই শৰীৰ খজুৱাব পাৰে। আৰু ফলত এই দাগবােৰ মষিমূৰ কৰিব পাৰি। কেতিয়াবা জণ্ডিচ বাঢ়ি গৈ ৰােগীজনৰ ৰােগীয়ে দুর্বল অনুভৱ কৰিব লগতে কিডনী ও বিকল হৈ ৰােগীৰ মৃত্যুও ওপৰােক্ত লক্ষণসমূহ দেখা দিব পাৰে। হােৱা দেখা যায়। ৮৫