পৃষ্ঠা:New Testament in Assamese.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ ৪ অধ্য। পাচে 80 . লা নে? ৩৮ পৰিখত জেন নপৰা, এই নিমিতে তোমোলাকে পৰ দি প্ৰাৰ্থনা কৰাঁ; মনৰ ইচা আচে হই, কিন্তু সৰিল দুৰ্বল। তেঁও আৰু বাৰ গৈ প্ৰাৰ্থনা কৰি এৰ্কে কথাকে কলে। আৰু উলটি আহি সিবিলাকক অকিও টোপনিতে দেখিলে; কিয়নো সিবিলাকৰ চকু ঘুমটিৰে পূৰ হৈ আচিল, অৰু তেঁওক উতৰ দিবও নেজানিলে। ৪. পাচে ত্ৰিতিয় বাৰ আহি তেঁও সিবিলাকত কলে, এতিয়াও টোপনিয়াই বিসমি কৰিচা নে? এয়ে আটিব; কাল আহিল; 'দেখা, মানুহৰ পুত্ৰক পাপি লোকৰ হাতত সোধাই দিয়া হৈছে। ৪২ উঠা, অমি জাও; দেখ7, জি- টোএ মোক লোকৰ হাতত সোধাই দিএ, সি ওচৰ পালেহি। ৪৩ এই কথা কঁওতে তেতিয়াই বাৰে জনৰ মাজৰ য়িহুদা নামেৰে এক সিস্য আৰু তাৰে সৈতে প্ৰধান পোৰোহিত, অধ্যাপক, আৰু ব্ৰিধ লো- কৰ পৰা তৰোঅলি আৰু টাঙ্গোন ধৰা বহু মানুহ এজুম পালেহি। ৪ ৪ লোকৰ হাতত তেঁওক সোধাই দিয়াটে অগেয়ে সিহঁতক এই সঙ্কেত কৈ দিচিলে, মই জি জনক চুমা দিম, তেঁৱেই সেই; তোমোলাকে তেঁওক ধৰি সাৱধানে লৈ জাব্য। ৪৫ পীচে আহিলতেই সি তেঁওৰ ওচৰলৈ গৈ, হে গুৰু বুলি, তেঁওক চুমা দিলে। ৪৬ তেতিয়া সিহঁতে য়িচুৰ গাত হাত দি তেঁওক ধৰিলে। ৪৭ তাতে তেঁওৰ ওচৰত থকাবিলাকৰ মাজৰ এজনে তবেঅলি উলিয়াই বৰ পোৰৰোহিতৰ এটা বন্দিক ঘা মাৰি তাৰ কান কাৰ্টি পেলালে। পাচে চিএ মাত লগাই সিহঁতত কলে, তৰোঅলি আৰু টাঙ্গেনি লৈ ডকাইত ধৰাৰ নিচিনাকৈ মোক ধৰিবলৈ আহিচা নে? ৪৯ মই মন্দিৰত তোমোলাকৰ মাজত নিতৌ উপদেস দি আচিলে, তিয়া তোমোলাকে মোক নধৰিলা; কিন্তু ইয়াতে সাস্ত্ৰৰ বচন সিধি হল। তেতিয়া সকলোএ তেঁওক এৰি পলাই গল। ৫১ আৰু এজন ডেক। মানুহে নাঙ্গট হৈ গাত এখনি কপিৰ লৈ য়িচুৰ পাচে পাচে গৈচিলে; ৫২ তাতে ডেকাবিলাকে তাক ধৰাত সি কাপৰ এৰি উলঙ্গট হৈ সিহঁ- তৰ পৰা পলাই গল ৫৩ পাচে সিহঁতে তেঁওক বৰ পেৰোহিতৰ ওচৰলৈ লৈ গল। তেতিয়া সকলো প্ৰধান পোৰোহিত, ব্ৰিধ লোক, অৰু অধ্যাপকবোৰে বৰ পো- ৰোহিতৰ লগত মেল পাতি আচিল। ৫৪ আৰু পিতৰে বৰ পোৰো- হিতৰ চৰালৈকে নিলগে দি তেঁওৰ পাচে পাচে গল; তীতে বন্দিবোৰে সৈতে বহি জুই পুঁআইচিল। ৫৫ তেতিয়া প্ৰধান পোৰোহিতবিলাক আৰু মেলু আই সকলো এ য়িচুক বধ কৰিবৰ নিমিতে তেঁওৰ অহতে সাখি বিচাৰিলে, কিন্তু নেপালে। ৫৬ কিয়নো অনেকে তেঁওৰ অহিতে মিচা প্ৰমান দিলতো সেই সাখিৰ কথা নিমিলিল। ৫৭ পাচে কেতবোৰে উঠি তেঁওৰ অহিতে মিচা প্ৰমান ৪ ৮ .