পৃষ্ঠা:New Testament in Assamese.djvu/৪৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ অধ্যায়। 869 t ১০ সেই তেওঁক সেৱা কৰা। আন এজনা দূতে তেওঁৰ পাছে গৈ এই কথা কলে, বাবেল মহা নগৰ পৰিল, পৰিল; কিয়নো তাই বেশ্যাৰ ক্ৰোধৰ সুৰ। সকলে দেশৰ লোকক পান কৰাইছিল। ১ সিবিলাকৰ পছে তৃতীয় দতে গৈ বৰ মাতেৰে কলে, কোনোএ যদি পহু অৰুি তাৰ মূৰ্তিকে সেৱা কৰে, নাইবা তাৰ চিন আপোনাৰ কপালত বা হাতত লয়, মানুহে ঈশ্বৰ ক্ৰোধৰ মিহলি নোহোৱা যি সুৰ। তেওঁৰ দণ্ডৰ পাত্ৰত বকা হৈছে, তাকে পান কৰিব; পবিত্ৰ দূত বলাক আৰু মেৰ পোৱা- লিৰ সাক্ষাতে গন্ধকৰ জুইৰে যাতনা কৰা হব। আৰু যিবিলাকে সেই পহু আৰু তাৰ মূৰ্ত্তি কে সেৱা কৰে, অৰু যি কোনোএ তাৰ না- মৰ চিন লয়, সিবিলাকৰ যাতনাৰ ধূৱা সদাসদায় উঠিব, অৰু দিনে ৰাতিএ সিহঁতে একো জিৰণি নেপাই। ১২ এই কথাত যীশুত বিশ্বাস আৰু ঈশ্বৰৰ অজ্ঞা পালন কৰা পবিত্ৰ লোকৰ ধৌৰ্য প্ৰকাশ হৈ আছে। ১৩ আৰু এই কথা কোৱা আকাশী বাণী শুনিলোঁ, যিবিলাকে প্ৰভুৰ আশ্ৰয়ত থাকি মৰে, সেই মৰবিলাক এতিয়াৰ পৰা ধন্য, ইয়াকে লিখ; সিবিলাকে অপোনাৰ শ্ৰমৰ পৰা জিৰণি পাই; আৰু সিবি- লাকৰ কৰ্ম সিবিলাকৰ পাছে পাছে যোৱা হয়, ইয়াকে আত্মাই কয়। ১৪ পাছে ময় চাই এখনি বগা মেঘ, আৰু তাৰ ওপৰতে সোণৰ কিৰীটী মূৰত পিন্ধা আৰু হাতত চোকা কাছ ধৰা মানুহৰ পুত্ৰৰ নি- চিনা এজন বহি থকা দেখিলোঁ। ১৫ পাছে মন্দিৰৰ পৰা আন এজন দূতে ওলাই, মেঘত বহি থকা জনত বৰকৈ ৰিঙ্গিয়ই কলে, তোমাৰ কাছী লগাই শহ কাটা; কিয়নো পৃথিবীৰ শহ পকা হোৱাত তাক দাবৰ বেলি হল। ১৬ তেতিয়া মেঘত বহি থকা জনে পৃথিবীত কাছী লগালে, তাতে পৃথিবীৰ শহ দোৱা হল। ১৭ তাৰ পাছে স্বৰ্গত থকা মন্দিৰৰ চোকা কাছী ধৰা আন এজন দূত ওলাল। ১৮ অৰু অগ্নিৰ ওপৰত পৰক্ৰিম হোৱা এক দূতে যজ্ঞৰ ভেঁতীৰ পৰা ওলাই, সেই চোকা কাছী ধৰ। জনত বৰকৈ ৰিঙ্গিয়াই কলে, তোমাৰ চোকা কাছী লগাই পৃথিবীৰ লতা পনিয়ালৰ সেনি কাটা, কিয়নো তাৰ পনিয়ালৰ গুটী পকা হল। ১৯ তাতে সেই দূতে অপেন কাছী পৃথিবীত লগাই পৃথিবীৰ লতা পনিয়াল কাটী, ঈশ্বৰৰ ক্ৰোধৰ পেৰা শালত সেই মহ। শহ পেলাই দিলে। ২০ নগৰৰ বাহিৰে সেই পেৰা শাল গচকি ছেপি- লত শালৰ পৰা তেজ ওলাই, ঘোঁৰাৰ লাগামৰ সমান ওখ হৈ এশ ষাঠিী উৰিৰ বাট বৈ গল।