তীতলৈ পৌলে লিখা পত্ৰ। ১ অধ্যায়। ৫ 9 ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাসৰ নিমিত্তে আৰু ধৰ্ম সেৱাৰ দৰে যি সত্য বাক্য তাৰ জ্ঞান স্বীকাৰ কৰাবৰ নিমিত্তে ঈশ্বৰৰ দাস আৰু যীশু খ্ৰীষ্টৰ পাচনি পৌলে আপোনাৰ সাধাৰণ ধৰ্ম পুত্ৰ তীতলৈ পত্ৰ লি- খিছে; ২ মিছা নোকোৱা ঈশ্বৰে দৃষ্টি কালৰ পূৰ্ব্বে অনন্ত পৰময়ুিষ প্ৰতিজ্ঞা কৰি যোগ্য কালত যি কীত্তনৰ দ্বাৰাই আপোনাৰ বাক্য প্ৰকাশ কৰিলে, ৩ সেই কীত্তনৰ বাবি আমাৰ ত্ৰাণকৰ্ত্ত। ঈশ্বৰৰ অজ্ঞাৰ দ্বাৰাই মোক সমৰ্পণ কৰা হৈছিল, ৭ আমাৰ পিতৃ ঈশ্বৰ আৰু ত্ৰাণক। প্ৰভু যীশু খ্ৰীষ্টৰ পৰা তোমালৈ অনুগ্ৰহ দায় আৰু কুশল হওক। অসম্পূৰ্ণ কাৰ্য্য সকল সম্পূৰ্ণ কৰিবলৈ, আৰু ময় অজ্ঞা দিয়াৰ দৰে নগৰে নগৰে বৃদ্ধ লোকক নিযোজন কৰিবলৈকো, ক্ৰীতী মাঝুলিত ময় তোমাক থৈ আহিলো। ৬ যি জন নিদুষী, তিৰোতা এজনীৰহে স্বামী, আৰু যাৰ লৰবিলাক বিশ্বাসী, দুষ্ট আচৰণেৰে অপবাদীত আৰু অবশ নহয়, এনে মানুহক নিযোজন কৰা। ৭ কিয়নো ঈশ্বৰৰ ভঁৰালীৰ নিচিন। ক্ষক নিদুষী হোৱা; আৰু অপোন ইচ্ছত ৰতী, অলপতে ক্ৰোধী, পনি অসী, মাৰ্কিল কৰা, কুচিত ধন লোভী নহৈ, ৮ অলিহি পোহা, সাধুক স্নেহ কৰা, সতৰ্ক, ন্যায় কৰোতা, পবিত্ৰ, পৰিমিত ভোগী হোৱা; উপদেশ দি বিনয় কৰিবলৈ, অৰু বিধৰ্ম কোৱা লোকক প্ৰমাণ বুঝাবলৈ সমৰ্থ হৈ, শিক্ষা পোৱাৰ দৰে বিশ্বাসী বাক্য পালন কৰা; এনে হ উচিত। ১০ অনেক লোক আৰু বিশেষকৈ চৰ্মচেদনৰ মাজৰ লোকবিলাক পেট পোহা, অবশ অৰুি অনৰ্থক বাক্য কোৱা, আৰু ভাওনা কৰাওঁতা আছে। ১১ সিবিলাকে কুচিত লাভৰ নিমিত্তে অনুচিত উপদেশ দি কোনো ঘৰৰ সকলোবিলাকক ওলটাইছে; সিবিলাকৰ মুখ বন্ধন কৰা অৱশ্যক। ১২ ক্ৰীতীৰ নিবাসী লোক সদাই মিছলীয়া, দুৰ্জন পহু, এলেহুৱা, এই কথা সিবিলাকৰ মাজৰে এজন কবিএ কৈছে। ১৩ এই প্ৰমাণ সঁচা; এই হে- তুকে য়িহুদীৰ উপকথা অৰু সত্যৰ পৰা ওভেতা মানুহৰ অজ্ঞা নেমানি ৯ শজ